New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/2019_3largeimg22_Friday_2019_232007423.jpg)
- পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ টুইটৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
- ইমৰানক খানক ধন্যবাদ জনালে মোডীয়ে।
- 'আপোনাৰ শুভেচ্ছাৰ বাবে মই যথেষ্ট সুখী হৈছো।'
- 'মই সদায় শান্তি প্ৰতিষ্ঠাত প্ৰাধাণ্য দি আহিছো।'
- 'আমাৰ সম্প্ৰীতিৰ এনাজৰী ডাল উন্নত কৰাৰ বাবে মই সদায় প্ৰয়াস কৰি আহিছো।'
- 'আগন্তক সময়তো এনেদৰে প্ৰয়াস কৰি যাম।'
- উল্লেখ্য যে, লোকসভা নিৰ্বাচন, ২০১৯ত বিজেপিৰ অভূতপূৰ্ব সফলতাৰ বাবে টুইটযোগে অভিনন্দন জনাইছিল পাক প্ৰধানমন্ত্ৰী ইমৰান খানে।
- নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত-পাক সংঘাতৰ অৱসান ঘটি শান্তি প্ৰতিষ্ঠা হোৱাৰ আশা ব্যক্ত কৰিছিল পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে।