দশশ্বমেধ ঘাটত মোডীৰ গংগা আৰতি, চাওক ভিডিঅ’

দশশ্বমেধ ঘাটত মোডীৰ গংগা আৰতি, চাওক ভিডিঅ’

author-image
asomiyapratidin
New Update
দশশ্বমেধ ঘাটত মোডীৰ গংগা আৰতি, চাওক ভিডিঅ’

  • বাৰানসীৰ দশশ্বমেধ ঘাটত সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • প্ৰধানমন্ত্ৰী মোডীয়ে ৰোড শ্ব'ৰ অন্তত কৰিলে গংগা আৰতি।


— ANI UP/Uttarakhand (@ANINewsUP) April 25, 2019

  • বিজেপিৰ অগণন সমৰ্থকৰ লগত প্ৰধানমন্ত্ৰীয়ে অংশ ল'লে আৰতি অনুষ্ঠানত।
  • বাৰানসীৰ দশশ্বমেধ ঘাটত সৃষ্টি হয় আধ্যাত্মিক পৰিৱেশৰ।


— ANI UP/Uttarakhand (@ANINewsUP) April 25, 2019

  • গংগাৰ পাৰত আৰতি কৰি নিৰ্বাচনী দেওনা পাৰ হোৱাৰ চেষ্টা নৰেন্দ্ৰ মোডীৰ।
  • মন্ত্ৰৰ ধ্বনিৰে মুখৰিত হৈ পৰিল বাৰানসী।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ।


— ANI UP/Uttarakhand (@ANINewsUP) April 25, 2019

  • উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত আৰতি অনুষ্ঠানত।
  • পুৰোহিতৰ লগে লগে মন্ত্ৰ উচ্চাৰণ কৰি আৰতি সমাপন কৰে প্ৰধানমন্ত্ৰীয়ে।