ওড়িশাত প্ৰধানমন্ত্ৰী মোডীৰ বিশাল নিৰ্বাচনী জনসভা…

ওড়িশাত প্ৰধানমন্ত্ৰী মোডীৰ বিশাল নিৰ্বাচনী জনসভা…

author-image
asomiyapratidin
New Update
ওড়িশাত প্ৰধানমন্ত্ৰী মোডীৰ বিশাল নিৰ্বাচনী জনসভা…

  • ওড়িশাৰ কেন্দ্ৰপাৰাত প্ৰধানমন্ত্ৰী মোডীৰ বিশাল নিৰ্বাচনী সভা।
  • সভাত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক আক্ৰমণৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ।
  • 'ওড়িশাত বিজু জনতা দলৰ দিন এতিয়া ওকলিছে।'
  • 'জনতাই ঠিৰাং কৰিছে যে বিজেপি চৰকাৰ হ'ব লাগে।'
  • 'নিৰ্বাচনৰ ভোট গণনাৰ পিছতে সেয়া নিশ্চিতও হ'ব।'
  • 'নবীন পাটনায়ক বাবু, আপুনি শাসনৰ গাদী হেৰুওৱাটো নিশ্চিত।'
  • জনসভাত বিজেপিৰ উন্নয়নমূলক কামৰ খতিয়ানো দাঙি ধৰে মোডীয়ে।