New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7QjrMoXsAA9kdS.jpg)
- দিল্লীৰ মুখ্য কাৰ্যালয়ত বিজেপি কৰ্মীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ।
- 'এই জয় হিন্দুস্তানৰ জয়।'
- 'গণতন্ত্ৰ আৰু জনতাৰ জয় এয়া।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D7QjsRvW0AAIfFY.jpg)
- 'বিজেপি আৰু এনডিএ কৰ্মীয়ে সম্পূৰ্ণ মানৱতাৰে আৰু নিষ্ঠাৰে এই জয়ত সহযোগ আগবঢ়াইছে।'
- 'মই সকলো বিজয়ী প্ৰাৰ্থীকে অভিনন্দন জনাইছো।'
- 'তেওঁলোক যি দলৰেই, যি ধৰ্ম বা জাতিৰেই নহওক, অভিনন্দন জনাইছো।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D7QiP7KU0AAJ6it.jpg)
- আনফালে বিজেপি কৰ্মীক সম্বোধন কৰে অমিত শ্বাহেও।
- বিজেপি কৰ্মীসকলে নিষ্ঠাসহকাৰে আজি বিজেপিক জয়প্ৰাপ্তি কৰাইছে বুলি মন্তব্য অমিত শ্বাহৰ।