New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5DSSw_VUAEqDAQ.jpg)
- মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বাৰানসীত প্ৰধানমন্ত্ৰী মোডীৰ জনসভা সম্বোধন।
- জনসভাত বিজেপি কৰ্মীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ।
- 'এদিন ময়ো বুথ কৰ্মী হিচাপে কাম কৰিছিলো।'
- 'দেৱালত পোষ্টাৰ অঁৰাৰ সৌভাগ্য মৰো ঘটিছিল।'
- 'আজি মই এই মাধ্যমৰ জৰিয়তে দেশৰ সকলো নাগৰিক আৰু বিজেপি কৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছো।'
- 'আজি মই যি, সেয়া কেৱল আপোনালোকৰ মৰম, চেনেহ আৰু মোৰ প্ৰতি থকা আস্থা।'
- 'আজি সকলোৱে একেস্বৰে পুনৰ এবাৰ কৈছে- 'কেৱল এবাৰ মোডী চৰকাৰ।'
- উল্লেখ্য যে, আজি মনোনয়ন পত্ৰ দাখিল কৰিব নৰেন্দ্ৰ মোডীয়ে।