New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4fgqsZU0AM8vgL.png)
- পশ্চিম বংগত ভোটগ্ৰহণ কেন্দ্ৰৰ পৰাই সন্ধান ন'ডাল নিৰ্বাচন বিষয়া।
- বৃহস্পতিবাৰে অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কালৰ পৰাই সন্ধানহীন হৈ আছে বিষয়াগৰাকী।
- বিপ্ৰদাস চৌধুৰী পলিটেকনিক কলেজত কৰ্তব্যৰত আছিল ন'ডাল নিৰ্বাচন বিষয়া অৰ্ণৱ ৰয়।
- ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম আৰু ভিভিএপিটিৰ পৰ্যবেক্ষকৰ দায়িত্বত আছিল তেওঁ।
- দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।
- তেওঁৰ ফোনটো তেওঁৰ সৈতে কোনো সংযোগ স্থাপন কৰিব পৰা হোৱা নাই।
- ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us