মেনকা গান্ধীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ…

মেনকা গান্ধীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ…

author-image
asomiyapratidin
New Update
মেনকা গান্ধীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ…

  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতেই বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী মেনকা সিং গান্ধীয়ে।
  • মেনকা গান্ধী ছুলতানপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
  • সমৰ্থকসকলক লগত লৈ মনোনয়ন দাখিল কৰে বিজেপি নেত্ৰীগৰাকীয়ে।