New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7QbccoXoAAqOt1.jpg)
- লোকসভা নিৰ্বাচন, ২০১৯ ফলাফলক লৈ অসন্তুষ্ট বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীৰ।
- 'এই ফলাফল জনতা আৰু আমাৰ আশাৰ বাহিৰৰ ফলাফল।'
- 'আজি দেশৰ সকলো সংস্থাই চৰকাৰৰ ওচৰত আঁঠু লৈছে।'
- 'তেনে পৰিস্থিতিত জনতা নিজেই থিয় হোৱাৰ দৰকাৰ।'
- এই ফলাফল দেখি জনতা আচৰিত হৈছে বুলিও মন্তব্য মায়াৱতীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us