New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4YSA3tWAAEf8zu.jpg)
- ওড়িশ্যাত ভয়ংকৰ ঘটনা।
- নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ বাহনত ইআইডি বিস্ফোৰণ সংঘটিত কৰে মাওবাদীয়ে।
- কন্ধামাল জিলাৰ বাৰলা গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা।
- বিস্ফোৰণৰ পাছত গুলীবৰ্ষণ কৰে মাওবাদীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4YSDbXWsAEZsxv.jpg)
- মাওবাদীৰ গুলীবৰ্ষণত নিহত নিৰ্বাচনী বিষয়া সঞ্জুক্তা দিগল।
- ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us