New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/agrani-new-election-2019-face-pic.jpg)
- পশ্চিমবংগত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে অঘটন।
- মুৰশ্বিদাবাদৰ বালিগ্ৰামৰ এটা ভোটকেন্দ্ৰত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ।
- দুয়োটা ৰাজনৈতিক দলৰ কৰ্মীৰ হতাহতিৰ ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
- এই সংঘৰ্ষত নিহত এজন লোক।
- নিহত লোকজন ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰটোত শাৰী পাতি থিয় হৈ আছিল।
- কংগ্ৰেছ-তৃণমূল কংগ্ৰেছৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে নিহত হয় লোকজন।