টকাৰ বেগ কাঢ়ি বাইকৰ পিছফালে চোঁচৰাই নিলে দুৰ্বৃ্ত্তই, চিচি টিভিত বন্দী সমগ্ৰ দৃশ্য

টকাৰ বেগ কাঢ়ি বাইকৰ পিছফালে চোঁচৰাই নিলে দুৰ্বৃ্ত্তই, চিচি টিভিত বন্দী সমগ্ৰ দৃশ্য

author-image
asomiyapratidin
New Update
টকাৰ বেগ কাঢ়ি বাইকৰ পিছফালে চোঁচৰাই নিলে দুৰ্বৃ্ত্তই, চিচি টিভিত বন্দী সমগ্ৰ দৃশ্য

  • বিহাৰৰ হাজীপুৰত লোমহৰ্ষক ঘটনা।
  • বাইকত অহা দুৰ্বৃত্তই ৰাজপথেৰে চোঁচৰাই লৈ গ'ল এজন ব্যক্তিক।
  • ব্যক্তিজনৰ পৰা টকাৰ বেগ কাঢ়ি নিয়াৰ পিছতে এনেদৰে নিৰ্যাতন চলায় দুই বাইকআৰোহী দুৰ্বৃত্তই।
  • লোকজনৰ পৰা দুৰ্বৃত্ত দুজনে কাঢ়ি নিছিল ২.৫ লাখ টকা।
  • এই সমগ্ৰ ঘটনা বন্দী হয় চিচিটিভি কেমেৰাত।
  • এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই দুৰ্বৃত্ত দুজনক।


— ANI (@ANI) April 23, 2019