/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/mamataBanerjee_PTI.jpg)
- পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ডাইমণ্ড হাৰবৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন।
- প্ৰধানমন্ত্ৰীয়ে বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি নিৰ্মাণক লৈ কৰা প্ৰতিশ্ৰুতি সন্দৰ্ভত মমতাৰ প্ৰতিক্ৰিয়া।
- 'যোৱা ৫ বছৰত প্ৰধানমন্ত্ৰী এটা ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিলে।'
- 'এতিয়া তেওঁলোকে কেনেকৈ বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব পাৰিব?'
- 'বংগবাসীয়ে আপোনাৰ ওচৰত ভীক্ষা খোজা নাই।'
- 'আপোনালোকৰ গুণ্ডা নেতা বংগলৈ আহি কয় বঙালী হেনো কাঙাল।'
- 'আমি কি বঙালী সকলক কাঙাল হ'বলৈ দিছো নেকি?'
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহে ৰাজনীতিৰ প্ৰলাপ বকিছে বুলিও মন্তব্য মমতা বেনাৰ্জীৰ।
#WATCH WB CM Mamata Banerjee at Diamond Harbour: In last 5 years you (PM) couldn't make a Ram Temple and you want to make Vidyasagar's statue? People of Bengal won't beg before you. Your goonda neta came here & said 'Bangal kangal hai'. Are Bengalis kangal? Are Bengalis kangal? pic.twitter.com/mHSmBFWQLw
— ANI (@ANI) May 16, 2019