New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7aTodZU0AAUURd.jpg)
- পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সংবাদমেল।
- সংবাদ মেলত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ মমতা বেনাৰ্জী।
- 'কেন্দ্ৰীয় সেনা বাহিনীয়ে আমাৰ বিৰুদ্ধে কাম কৰি আছে।'
- 'পশ্চিম বংগত ইমাৰজেন্সীৰ পৰিৱেশ ৰচনা কৰা হৈছে।'
- 'হিন্দু-মুছলমানৰ মাজত ভাগ ভাগ কৰি ভোটৰ ৰাজনীতি কৰা হৈছে।'
- 'এইবোৰ লৈ আমি নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিছিলো।'
- 'কিন্তু নিৰ্বাচন আয়োগেও একো নকৰিলে।'
- 'কেৱল এজন ব্যক্তিয়ে এতিয়া দেশৰ সকলো সংস্থাৰ মুৰব্বী হৈ পৰিছে।'
- 'মই মোৰ যুদ্ধ মুখ্যমন্ত্ৰী হিচাপে অব্যাহত ৰাখিব নিবিচাৰো।'