আজি ৩ জন বিধায়ককে ধৰি তৃণমূল কংগ্ৰেছৰ বহু কেইজন নেতাই যোগ দিব বিজেপিত!…

আজি ৩ জন বিধায়ককে ধৰি তৃণমূল কংগ্ৰেছৰ বহু কেইজন নেতাই যোগ দিব বিজেপিত!…

author-image
asomiyapratidin
New Update
আজি ৩ জন বিধায়ককে ধৰি তৃণমূল কংগ্ৰেছৰ বহু কেইজন নেতাই যোগ দিব বিজেপিত!…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত ভাল ফলাফল প্ৰৰ্দশন কৰিব নোৱাৰাক লৈ এতিয়া তৃণমূল কংগ্ৰেছৰ ভিতৰ চৰাত সৃষ্টি হৈছে কৰ্ন্দল। প্ৰাপ্ত খবৰ অনুসৰি এই কন্দলক কেন্দ্ৰ কৰিয়েই এতিয়া দলটোৰ বহু কেইজন নেতাই মঙলবাৰে যোগদান কৰিব বিজেপিত। যোগদান কৰিবলগীয়া এই দলটোত আছে ৩ জন বিধায়কো। সুত্ৰৰ খবৰ অনুসৰি তৃণমূল কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা বীজাপুৰৰ বিধায়ক শুভাংশু ৰায়কে ধৰি ১৫-১৬ জন কাউন্সিলাৰেও আজি দিল্লীত বিজেপি নেতা মুকুল ৰয়ৰ উপস্থিতিত বিজেপিত যোগদান কৰিব।