নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় এইবাৰ কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে মহেন্দ্ৰ নাথ পাণ্ডেয়ে এইবাৰ কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে মহেন্দ্ৰ নাথ পাণ্ডেয়ে asomiyapratidin 30 May 2019 19:49 IST Follow UsNew Updateকেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ ড০ মহেন্দ্ৰ নাথ পাণ্ডেৰ।উত্তৰ প্ৰদেশৰ চান্দুলী সমষ্টিৰ সাংসদ তেওঁ।মানৱ বিকাশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী আছিল পূৰ্বে।উত্তৰ প্ৰদেশৰ বিজেপিৰ অধ্যক্ষ ৰূপেও কাৰ্যনিৰ্বাহ কৰি আছে তেওঁ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক