নিৰ্বাচন-২০১৯ মুখ্য-পৃষ্ঠা মধ্যপ্ৰদেশত বিজেপিৰ ছুনামীত বিধ্বস্ত কংগ্ৰেছ… মধ্যপ্ৰদেশত বিজেপিৰ ছুনামীত বিধ্বস্ত কংগ্ৰেছ… asomiyapratidin 24 May 2019 01:12 IST Follow UsNew Updateমধ্যপ্ৰদেশত ২৯খন আসনৰ ভিতৰত ২৮খনতে বিজয়ৰ দিশে বিজেপি।ইতিমধ্যে ঘোষণা কৰা হৈছে ২৭খন আসনৰ ফলাফল।ইয়াৰে ২৬খনত জয়ী হৈছে বিজেপি।এখন আসনত জয়ী হৈছে কংগ্ৰেছ।আন দুখনত আগবাঢ়ি আছে বিজেপি।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক