New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/evm.jpg)
- লামডিঙত ই ভি এম বিকল।
- লামডিং প্ৰণৱ বিদ্যাপীঠ হাইস্কুলৰ ২০নং ভোটগ্ৰহণ কেন্দ্ৰত এই ঘটনা ৷
- কেন্দ্ৰটোত এতিয়ালৈকে আৰম্ভ হোৱা নাই ভোটগ্ৰহণ।
- পুৱাৰে পৰা শাৰী পাতি থকা ভোটাৰ ক্ষুব্ধ।
- লামডিং সমষ্টিৰ ২ নং ভোট কেন্দ্ৰ শংকৰ দেৱ হিন্দী স্কুল আৰু দক্ষিণ লামডিং স্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল
- বহু পলম কৈ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত আৰম্ভ ভোটগ্ৰহণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us