New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- পুৱা ৮ বজাৰ লগে লগেই সমগ্ৰ দেশজুৰি আৰম্ভ ভোটগণনা প্ৰক্ৰিয়া।
- অসমৰ ৫১টা কেন্দ্ৰত কৰা হৈছে ভোটগণনা।
- বহু ৰথী-মহাৰথীৰ ভাগ্য নিৰ্ণয় হ'ব আজি।
- অসমতো ১৪টা সমষ্টিত ১৪৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি।
- যোৰহাটত বিজেপি প্ৰাৰ্থী তপন গগৈ নে কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ মুখত বিৰিঙিব হাঁহি?
- তেজপুৰ সমষ্টিৰ নিৰ্বাচনী ফলাফলক লৈও অধিক উৎকন্ঠা ৰাইজৰ।
- প্ৰথমবাৰৰ বাবে ভিভিপেটৰ ব্যৱস্থা সংলগ্ন কৰা হৈছিল ইভিএমৰ সৈতে।
- নিৰ্বাচনী ফলাফলত হ'ব বিলম্ব।
- প্ৰায় ৬ ঘণ্টা বিলম্ব হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাত।
- গণনা নিৰীক্ষনৰ বাবে থাকিব নিৰ্বাচন আয়োগৰ পৰ্যবেক্ষক।