New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/Congress.1face-pics.jpg)
- কংগ্ৰেছে প্ৰকাশ কৰিলে আৰু এখন প্ৰাৰ্থীৰ তালিকা।
- শনিবাৰে প্ৰকাশ কৰে এই ১৮ জনীয়া তালিকাখন।
- বৰ্তমানৰ লৈকে কংগ্ৰেছে ঘোষণা কৰিছে ৪০৪ গৰাকী প্ৰাৰ্থীৰ নাম।
- শনিবাৰে প্ৰকাশ কৰা তালিকাত আছে হাৰিয়াণাৰ ৬, মধ্য প্ৰদেশৰ ৩ আৰু উত্তৰ প্ৰদেশৰ ৯ জন প্ৰাৰ্থীৰ নাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4Cc6nhXkAEMt3C.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us