New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4P8wH2UcAAQgaO.jpg)
- দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত।
- ৯৭টা সমষ্টিত অনু্ষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4P8w7jUUAELzEE.jpg)
- অসমৰ ৫টা সমষ্টি ক্ৰমে- কৰিমগঞ্জ, শিলচৰ, মঙলদৈ, স্বায়ত্ত শাসিত জিলা (ডিফু) আৰু নগাঁৱত অনুষ্ঠিত হ'ব নিৰ্বাচন।
- ১৮ এপ্ৰিলত অসমৰ উপৰিও বিহাৰ, ছত্তীশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, ওড়িশ্যা, পুডুচেৰী, তামিলনাডু, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগত হ'ব ভোটগ্ৰহণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4P8zIxUIAERP7C.jpg)
- সাজু কৰা হৈছে ই ভি এম আৰু নিৰ্বাচনী বিষয়া-কৰ্মীসকল।
- মঙলবাৰে অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us