আবেলি ৫ বজালৈ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৫৩.০৩ %

আবেলি ৫ বজালৈ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৫৩.০৩ %

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • দেশৰ ৮খন ৰাজ্যৰ ৫৯টা সমষ্টিত অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত।
  • আবেলি ৫ বজালৈ মুঠ ভোটদানৰ হাৰ ৫৩.০৩ শতাংশ।
  • বিহাৰত আবেলি ৫ বজালৈকে ৪৬.৭৫ শতাংশ ভোটদান।
  • হিমাচলপ্ৰদেশত ভোটদানৰ হাৰ ৫৭.৪৩ শতাংশ।
  • মধ্যপ্ৰদেশত ৫৯.৭৫ শতাংশ ভোটদানৰ হাৰ আবেলি ৫ বজালৈ।
  • পঞ্জাৱত আবেলি ৫ বজালৈ ভোটদানৰ হাৰ ৫০.৪৯ শতাংশ।
  • উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ ৪৭.২১ শতাংশ।
  • আবেলি ৫ বজালৈকে পশ্চিমবংগত ভোটদানৰ হাৰ ৬৪.৮৭ শতাংশ।
  • ঝাৰখণ্ডত ভোটদানৰ ৬৬.৬৪ শতাংশ।
  • ছণ্ডীগড়ত আবেলি ৫ বজালৈকে ভোটদানৰ হাৰ ৫১.১৪ শতাংশ।