লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

author-image
asomiyapratidin
New Update
লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

  • উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙে লাভ কৰিছে্ ১,৪৮৯৯৫টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী আচুৰ্য প্ৰমোদ কৃষ্ণণে লাভ কৰিছে ৩৪,৩৪৩টা ভোট।
  • আনহাতে এছপি-বিএছপি প্ৰাৰ্থী পুনম সিনহাই লাভ কৰিছে ৬৭,১৫৩টা ভোট।
  • সমষ্টিটোৰ নোটা ভোটৰ সংখ্যা হৈছে ১৭৮০টা।