New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4fhU1VVUAANc1B.jpg)
- কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাই মোডীৰ বিৰুদ্ধে সৰৱ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী।
- মোডীয়ে ৰাষ্ট্ৰবাদৰ ভুল দিয়া বুলি মন্তব্য কুমাৰস্বামীৰ।
- 'মোডীয়ে কয়, মই হেনো দেশভক্ত নহয়।'
- 'মই দেশভক্তি মোডীৰ পৰা শিকাৰ প্ৰয়োজন নাই।'
- 'দেৱগৌড়া যেতিয়া প্ৰধানমন্ত্ৰী আছিল, তেতিয়া কাশ্মীৰত এটাও বিস্ফোৰণ হোৱা নাছিল।'
- 'সেয়াই আছিল আমাৰ ঐতিহ্য, সুদক্ষ নেতৃত্বৰ নিদৰ্শন।'
- 'কিন্তু আপুনি (মোডী) আজি সেই নেতৃত্ব বহন কৰিব পৰা নাই।'
- 'গতিকে আপুনি মোক ভাল-বেয়াৰ শিক্ষা নিদিয়াই ভাল।'
- 'আপোনাৰ সেইখিনি অধিকাৰো নাই।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us