New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/kokrajhar.jpg)
- কোকৰাঝাৰ সমষ্টিত ৯ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।
- সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ আৰু অবড়ো সুৰক্ষা সমিতিৰ মনোনীত প্ৰাৰ্থী বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া,
- হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিপিএফ দলৰ মনোনীত তথা বিজেপি-অগপৰ সভৰ্থিত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম,
- ইউপিপিলৰ মনোনীত প্ৰাৰ্থী ইউ জি ব্ৰহ্ম,
- কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভা,
- চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা,
- পূৰ্বাঞ্চল জনতা প্ৰাৰ্থীৰ চৰেণ ইচ্চৰি,
- তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কমলাকান্ত দৈমাৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us