শনিবাৰৰ দিনটোত কোন নেতা ক’ত থাকিব, সবিশেষ…

শনিবাৰৰ দিনটোত কোন নেতা ক’ত থাকিব, সবিশেষ…

author-image
asomiyapratidin
New Update
শনিবাৰৰ দিনটোত কোন নেতা ক’ত থাকিব, সবিশেষ…

ডিজিটেল ডেস্কঃ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে অন্ত পৰিছে প্ৰচাৰ অভিযান। ২৯ মে'ত ৯ ৰাজ্যৰ ৭১ খন আসনৰ বাবে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। পঞ্চম পৰ্যায়ৰ নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক নেতা সকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শনিবাৰে প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ, ৰাহুল গান্ধী, যোগী আদিত্য নাথ, প্ৰিয়ংকা গান্ধী আৰু মায়াৱতীয়ে ক'ত ক'ত সম্বোধন কৰিব জনসভা-

শনিবাৰৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাগ ল'ব-

  • পুৱা ৯ বজাত কন্নৌজ
  • হৰদৌইত পুৱা ১১ বজাত
  • সীতাপুৰত দুপৰীয়া ১২ বজাত।

অমিত শ্বাহ

  • পুৱা ১০.৩০ বজাত ডাল্টনগঞ্জ,পলামু,ঝাৰখণ্ড।
  • দুপৰীয়া ১.৩০ বজাত ময়ুৰভঞ্জ ওড়িশা।
  • দুপৰীয়া ৩.৩০ বজাত সুকিন্দা, জাজপুৰ, ওড়িশা।

ৰাহুল গান্ধী

  • ৰায়বৰেলী আৰু উচ্চাহাৰত সম্বোধন কৰিব জনসভা।

প্ৰিয়ংকা গান্ধী

  • ওন্নাৱত এক বিশাল ৰোড শ্ব'ত অংশ, পুৱা ১১ বজাত।
  • বিয়লি ৪.৪৫ বজাত বাৰাবঙ্কীত এক ৰোড শ্ব'।

মায়াৱতী

  • মধ্য প্ৰদেশৰ ৰিৱাত এক জনসভাত ল'ব অংশ।

যোগী আদিত্য নাথ

  • দুপৰীয়া ১২ বজাত শ্বাহজহানপুৰত জনসভা।
  • কন্নৌজত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ৰেলীত ল'ব অংশ।
  • বহৰাইছত উপস্থিত হ'ব দুপৰীয়া ১.৫০ বজাত।
  • বাৰাবঙ্কীত দুপৰীয়া ৩ বজাত।