হাৰিয়ানাত জেজেপিয়ে ৭ খন আসনত আৰু আম আদমী পাৰ্টীয়ে কৰিব ৩ খন আসনত প্ৰতিদ্বন্দ্বিতা

হাৰিয়ানাত জেজেপিয়ে ৭ খন আসনত আৰু আম আদমী পাৰ্টীয়ে কৰিব ৩ খন আসনত প্ৰতিদ্বন্দ্বিতা

author-image
asomiyapratidin
New Update
হাৰিয়ানাত জেজেপিয়ে ৭ খন আসনত আৰু আম আদমী পাৰ্টীয়ে কৰিব ৩ খন আসনত প্ৰতিদ্বন্দ্বিতা

  • হাৰিয়ানাত আম আদমী পাৰ্টী আৰু জননায়ক জনতা পাৰ্টীৰ মিত্ৰতা স্থাপন।
  • শুকুৰবাৰে আপ নেতা গোপাল ৰায়ে সদৰি কৰিলে এই কথা।
  • লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনত দল দুটাৰ মাজত স্থাপন হৈছে মিত্ৰতা।
  • ৰাজ্যখনৰ মুঠ ১০ খন সংসদীয় আসনৰ ৭ খনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব জেজেপিয়ে।
  • তাৰ বিপৰীতে ৩ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আপ প্ৰাৰ্থীয়ে।
  • অতি শীঘ্ৰেই দুয়োটা দলেই ঘোষণা কৰিব নিজৰ নিজৰ প্ৰাৰ্থী তালিকা।