ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰা কেৰালাৰ ৱাইনাড সমষ্টিৰ ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা…

author-image
asomiyapratidin
New Update
ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰা কেৰালাৰ ৱাইনাড সমষ্টিৰ ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা…

  • পুৱা ৮ বজাৰ আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ ভোটগণনা।
  • কেৰালাৰ ভোটগণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী।
  • পুৱাই উপস্থিত হ'লহি কেৰালাৰ ৱাইনাডৰ কালপেট্টা ভোটগণনা কেন্দ্ৰত নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকল।
  • লোকসভা সমষ্টিত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।