New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7UIN5MUEAAeI0z.jpg)
- কৰ্ণাটক কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কমিটীৰ সভাপতি এইছ কে পাটিলৰ ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ।
- কৰ্ণাটকত কংগ্ৰেছৰ বিফলতা সন্দৰ্ভত পত্ৰ প্ৰেৰণ কংগ্ৰেছ অধ্যক্ষলৈ।
- এই মুহূৰ্তত পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰা উচিত বুলি পত্ৰত উল্লেখ এইছ কে পাটিলৰ।
- কৰ্ণাটকত কংগ্ৰেছৰ বিফলতাৰ দায়িত্ব স্বীকাৰ নিৰ্বাচনী প্ৰচাৰ কমিটীৰ সভাপতিগৰাকীৰ।
- পত্ৰৰ লগতে পদত্যাগ পত্ৰও প্ৰেৰণ কৰিলে তেওঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us