কৰ্ণাটক বিজেপি অধ্যক্ষ বি এছ য়েডেয়ুৰাপ্পাৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ

কৰ্ণাটক বিজেপি অধ্যক্ষ বি এছ য়েডেয়ুৰাপ্পাৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ

author-image
asomiyapratidin
New Update
কৰ্ণাটক বিজেপি অধ্যক্ষ বি এছ য়েডেয়ুৰাপ্পাৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ

  • কৰ্ণাটক বিজেপি অধ্যক্ষ বি এছ য়েডেয়ুৰাপ্পাৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ।
  • কৰ্ণাটক চৰকাৰে নিৰ্বাচন আয়োগে উন্নয়নমূলক কাম কৰাৰ অনুমতি প্ৰদান কৰা বুলি দাবী কৰাৰ পিছতে এই পত্ৰ য়েদয়ুৰাপ্পাৰ।
  • কৰ্ণাটক চৰকাৰে দাবী কৰিছিল নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি কিছু শিথিল কৰি উন্নয়নমূলক কাম-কাজৰ বাবে অনুমতি প্ৰদান কৰিছে।
  • ইয়াৰ পিছতে এই অনুমতি উভতাই ল'বলৈ নিৰ্বাচন আয়োগক বিশেষভাৱে অনুৰোধ বিজেপি নেতাজনৰ।
  • নিৰ্বাচনৰ সময়ত এনে শিথিল স্থিতিক বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰত অপ ব্যৱহাৰ কৰিব বুলি দাবী য়েডেয়ুৰাপ্পাৰ।