বেগুছৰাইত পিছ পৰিছে কানহাইয়া কুমাৰ…

বেগুছৰাইত পিছ পৰিছে কানহাইয়া কুমাৰ…

author-image
asomiyapratidin
New Update
বেগুছৰাইত পিছ পৰিছে কানহাইয়া কুমাৰ…

  • বেগুছৰাইত পিছ পৰি আছে কানহাইয়া কুমাৰ।
  • বেগুছৰাই সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিং।
  • বিজেপি আগবাঢ়ি আছে বিহাৰত ১০খন আসনত।
  • দিল্লীত ৭খন আসনত আগবাঢ়ি আছে বিজেপি
  • গুজৰাটত ২৩খন আসনত আগবাঢ়ি আছে বিজেপি।
  • ৩খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।
  • হাৰিয়ানাত ৯খন আসনত আগবাঢ়ি আছে বিজেপি।
  • পঞ্জাৱত ৮খনত আগবাঢ়ি আছে কংগ্ৰেছ।
  • ১খনত আগবাঢ়ি আছে আম আদমি পাৰ্টি।
  • মহাৰাষ্ট্ৰত বিজেপি-শিৱসেনা আগবাঢ়ি আছে ৩২খনত।
  • কংগ্ৰেছ-এনচিপি আগবাঢ়ি আছে ১০খন আসনত।