মধ্যপ্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰা পদত্যাগ মুখ্যমন্ত্ৰী কমল নাথৰ

মধ্যপ্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰা পদত্যাগ মুখ্যমন্ত্ৰী কমল নাথৰ

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰী কমলনাথৰ বিৰুদ্ধে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগঃ প্ৰতিবাদত নামিল নিজৰেই দলৰ কৰ্মী

  • মধ্যপ্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰা পদত্যাগ মুখ্যমন্ত্ৰী কমল নাথৰ।
  • মধ্যপ্ৰদেশ এআইচিচিৰ সাধাৰণ সম্পাদক দীপক বাবাৰিয়াই জনালে এই কথা।
  • 'মুখ্যমন্ত্ৰী কমল নাথে তেওঁৰ সভাপতি পদৰ পৰা পদত্যাগ পত্ৰ জমা দিছে।'
  • 'অৱশ্যে তেওঁৰ পদত্যাগ সন্দৰ্ভত এতিয়াও এআইচিচিয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।'
  • লোকসভা নিৰ্বাচনত ৰাজ্যখনত কংগ্ৰেছৰ চৰম বিফলতাৰ পিছতে মুখ্যমন্ত্ৰী কমলনাথে মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰাৰ সিদ্ধান্ত লয়।