New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- কলকাতাৰ ইছলামপুৰত ৰাজনৈতিক হিংসা।
- চিপিএমৰ সাংসদ মঃ ছলিমৰ কনভয়ত দুষ্কৃতিকাৰীৰ আক্ৰমণ।
- কলকাতা আৰক্ষীয়ে সাংসদ গৰাকীক নিৰাপত্তা নিদিয়াৰ অভিযোগ।
- ইছলামপুৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰলৈ যাওঁতে সংঘটিত হয় অঘটন।
- প্ৰায় ৫ শতাধিক লোকে আক্ৰমণ কৰে ছলিমৰ ওপৰত।
- তেওঁৰ বাহনৰ গ্লাছ ভাঙি ক্ষতিসাধন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us