নিৰ্বাচন-২০১৯ মুখ্য-পৃষ্ঠা কলকাতাৰ বিজেপি কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ… কলকাতাৰ বিজেপি কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ… asomiyapratidin 23 May 2019 12:34 IST Follow UsNew Updateপশ্চিমবংগত বিজেপি কৰ্মীৰ মাজত আনন্দ-উৎসাহ।কলকাতাৰ বিজেপি কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশ।ৰাজ্যখনত বিজেপি আগবাঢ়ি থকাৰ বাবে এনে পৰিৱেশ বিৰাজমান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক