কলিয়াবৰৰ ধিং সমষ্টিৰ ২০১ নং শুকুটাবড়ী জে বি স্কুলৰ ভোট কেন্দ্ৰত ইভিএম বিকল…

author-image
asomiyapratidin
New Update
কলিয়াবৰৰ ধিং সমষ্টিৰ ২০১ নং শুকুটাবড়ী জে বি স্কুলৰ ভোট কেন্দ্ৰত ইভিএম বিকল…

  • কলিয়াবৰ লোকসভাৰ ধিং সমষ্টিৰ ২০১ নং শুকুটাবড়ী জে বি স্কুলৰ ভোট কেন্দ্ৰত ইভিএম বিকল।
  • বৰ্তমান পৰ্যন্ত আৰম্ভ হোৱা নাই ভোট গ্ৰহণ ।
  • ভোট কেন্দ্ৰটো মৈৰাবাৰী মোজাৰ অন্তৰ্গত।
  • ভোটাৰ ৰাইজপ মাজৰ সৃ্ষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।