জোনাইৰ চিলাপথাৰ নপাম কুলি প্ৰাথমিক বিদ্যালয়ত ই ভি এম বিকল…

জোনাইৰ চিলাপথাৰ নপাম কুলি প্ৰাথমিক বিদ্যালয়ত ই ভি এম বিকল…

author-image
asomiyapratidin
New Update
জোনাইৰ চিলাপথাৰ নপাম কুলি প্ৰাথমিক বিদ্যালয়ত ই ভি এম বিকল…

  • জোনাই বিধানসভাৰ চিলাপথাৰ নপাম কুলি প্ৰাথমিক বিদ্যালয়ত EVM বিকল ।
  • ১৭৮, ১৭৯, ১৮০, ১৮১, ১৮২, ১৮৩ আৰু ২৩৫ নং চিলাপথাৰ নগৰ হাইস্কুলৰ ভোট কেন্দ্ৰত EVM বিকল হৈ থকাত এঘণ্টা পলমকৈ আৰম্ভ হ'ল ভোট গ্ৰহণ।
  • শান্তিপূৰ্ণভাৱে বৰ্তমান চলি আছে ভোট গ্ৰহণ।