ঝাৰখণ্ডত শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ভোটগ্ৰহণ

ঝাৰখণ্ডত শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ভোটগ্ৰহণ

author-image
asomiyapratidin
New Update
ঝাৰখণ্ডত শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ভোটগ্ৰহণ

  • ঝাৰখণ্ডত অন্ত পৰিল ২০১৯ৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।
  • ৰাজ্যখনত সন্ধিয়া ৫ বজা পৰ্যন্ত ভোটদানৰ হাৰ ৬৬.৬৪ শতাংশ।
  • ৰাজ্যখনৰ ডুমকা লোকসভা সমষ্টিৰ ৩৭ নং ভোটগ্ৰহণ কেন্দ্ৰত সন্ধিয়া ৫ বজাৰ পূৰ্বেই অন্ত পৰিল ভোটগ্ৰহণ।
  • ইতিমধ্যে ইভিএম আৰু ভিভিএপিটি ছীল কৰিছে পুলিং অফিচাৰসকলে।
  • ভোটগ্ৰহণ কেন্দ্ৰটোত শান্তিপূৰ্ণভাৱেই ভোটগ্ৰহণ সম্পন্ন হয় বুলি জানিবলৈ দিয়ে নিৰ্বাচন আয়োগে।