New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5K9yg-UIAAni2g.jpg)
- নিৰ্বাচনী প্ৰচাৰকৰ ৰূপত দেখা গ'ল বলীউডৰ গীতিকাৰ, সুৰকাৰ জাভেদ আখতাৰক।
- বেগুচৰাইত কানহাইয়া কুমাৰৰ হৈ তেওঁ চলালে নিৰ্বাচনী প্ৰচাৰ।
- শনিবাৰে বেগুচৰাইত এক জনসভা সম্বোধন কৰে জাভেদ আখতাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5K9wzyVUAAtmyM.jpg)
- উল্লেখ্য যে, বেগুচৰাই লোকসভা সমষ্টিৰ চিপিআই প্ৰাৰ্থী প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰ।
- কানহাইয়া কুমাৰৰ সমৰ্থনত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাইছে বলীউডক কেইবাগৰাকীও তাৰকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5K9zq_UUAAdOOm.jpg)
- বাংগালুৰু চেন্ট্ৰেল লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰকাশ ৰাজেও বেগুচৰাইত চলাইছিল কানহাইয়াৰ হৈ প্ৰচাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us