New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4ZcU6sUUAAOyUn.jpg)
- জম্মু-কাশ্মীৰতো সাজু কৰা হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহ।
- ৰাজ্যখনৰ শ্ৰীনগৰত বন্ধ কৰা হৈছে ম'বাইল ইন্টাৰনেট সেৱা।
- শ্ৰীনগৰৰ লগতে কাষৰীয়া অঞ্চলসমূহত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4Zcc6RU8AATqyh.jpg)
- কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।
- শ্ৰীনগৰ আৰু উধমপুৰ সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত কিছু সময় পাছতেই আৰম্ভ হ'ব ভোটগ্ৰহণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4Zcf1fU4AAjTCK.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us