তামিলনাডুৰ ডি এম কে প্ৰাৰ্থীৰ বাসভৱনত তালাচী অভিযান

তামিলনাডুৰ ডি এম কে প্ৰাৰ্থীৰ বাসভৱনত তালাচী অভিযান

author-image
asomiyapratidin
New Update
তামিলনাডুৰ ডি এম কে প্ৰাৰ্থীৰ বাসভৱনত তালাচী অভিযান

  • তামিলনাডুৰ ডি এম কে প্ৰাৰ্থীৰ বাসভৱনত তালাচী অভিযান।
  • আয়কৰ বিভাগে সন্ধিয়াৰ পৰা অব্যাহত ৰাখিছে অভিযান।
  • অভিযান চলিছে ডি এম কে প্ৰাৰ্থী কানিমোঝীৰ থুতুকুড়ীস্থিত বাসগৃহত।
  • উল্লেখ্য যে ভেলোৰত ডি এম কে প্ৰাৰ্থীৰ গুদামৰ পৰা ১১ কোটি ৫০ লাখ টকা উদ্ধাৰ হৈছিল।
  • ইয়াৰ পিছতে তামিলনাডুৰ ডিএমকে প্ৰাৰ্থীৰ বাসভৱনত অভিযান চলাইছে আয়কৰ বিভাগে।