নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় বিজেপি প্ৰাৰ্থী হেমা মালিনী জয়ী… বিজেপি প্ৰাৰ্থী হেমা মালিনী জয়ী… asomiyapratidin 24 May 2019 01:30 IST Follow UsNew Updateবিজেপি প্ৰাৰ্থী তথা অভিনেত্ৰী হেমা মালিনী জয়ী।মথুৰা লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল হেমা মালিনীয়ে।মুঠ ২৯৩৪৭১টা ভোটেৰ জয়ী হয় বিজেপি প্ৰাৰ্থীগৰাকী।জয়ৰ পাছতেই মিঠাই বিতৰণ কৰে প্ৰাৰ্থীগৰাকীয়ে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক