/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/hema-malini-mantabyoUntitled-2.jpg)
ডিজিটেল ডেস্কঃ বিজেপিৰ বৰ্তমানৰ সাংসদ তথা মথুৰা সমষ্টিৰ বিজেপিৰে এইবাৰো প্ৰাৰ্থী হেমা মালিনীৰ দাবী- মথুৰাৰ হেনো সকলো উন্নয়ন তেওঁৰ বাবেহে সম্ভৱ হৈছে। বিপক্ষ সমাজবাদী-বহুজন সমাজবাদী দলৰ সমালোচনা কৰি অভিনেত্ৰীগৰাকীয়ে কয়- 'তেওঁলোকে কেৱল পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে যুঁজিব জানে। এইবাৰো মোডীৰ ঢৌ আছে আৰু এইবাৰো বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে হেমা মালিনীয়ে।'
চাওঁক ভিডিঅ'-
#WATCH BJP MP Candidate from Mathura, Hema Malini says, "Development in Mathura is all due to my efforts. SP-BSP are only engaged in fighting with each other. There is a huge Modi wave here." #LokSabhaElections2019pic.twitter.com/6Xm5dWWz2u
— ANI UP/Uttarakhand (@ANINewsUP) April 18, 2019
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us