New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D60vX_HX4AUb9cV.jpg)
- 'আমি ,কংগ্ৰেছৰ সৈতে আছো।'
- 'ইয়াতকৈ অধিক কোনো কথা কোৱাৰ আমাৰ প্ৰয়োজন নাই।'
- এই মন্তব্য জনতা দল চেকুলাৰৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়াৰ।
- '২৩ মে'ত ঘোষণা হোৱা নিৰ্বাচনী ফলাফলা সকলো ছবি স্পষ্ট কৰিব।'
- 'সমগ্ৰ দেশ এতিয়া উন্নয়নৰ চৰম বিফলতাৰ সন্মুখীন হৈছে।'
- 'জনতাই সেই উন্নয়ন বাস্তৱ কৰিবলৈকে ভোট দিছে।'
- সংবাদ মাধ্যমৰ সন্মুখত বিজেপিক সমালোচনা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।