কৰ্ণাটকৰ টুমকুৰত পিছ পৰি ৰৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়া

কৰ্ণাটকৰ টুমকুৰত পিছ পৰি ৰৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়া

author-image
asomiyapratidin
New Update
কৰ্ণাটকৰ টুমকুৰত পিছ পৰি ৰৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়া

  • কৰ্ণাটকৰ টুমকুৰ লোকসভা সমষ্টিত ১২৩৮৭টা ভোটৰ ব্যৱধানত পিছ পৰি লৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জেডিএছ প্ৰাৰ্থী এইছ ডি দেৱগৌড়া।
  • সমষ্টিটোত দেৱগৌড়াক চেৰ পেলাই আগবাঢ়িছে বিজেপি প্ৰাৰ্থী জিএছ বাসৱৰাজ।
  • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৫৯৪০১১টা।
  • এইছ ডি দেৱগৌড়াই লাভ কৰিছে ৫৮১৬২৪টা ভোট।