নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পুৱাই কৰিলে ভোটদান হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পুৱাই কৰিলে ভোটদান asomiyapratidin 12 May 2019 09:42 IST Follow UsNew Updateদেশৰ ৭খন ৰাজ্যৰ ৫৯টা সমষ্টিত দেওবাৰে পুৱাৰে পৰা ভোটদানৰ বাবে ভোটাৰৰ ভিৰ।দেওবাৰে অনুষ্ঠিত হৈছে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।পুৱাই ভোটদান হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খত্তৰৰ।কৰ্ণালৰ এটা ভোটকেন্দ্ৰত তেওঁ কৰে ভোটদান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক