গুৱাহাটী সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

গুৱাহাটী সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

author-image
asomiyapratidin
New Update
গুৱাহাটী সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

  • মুঠ ১৭জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে সন্মানীয় গুৱাহাটী সমষ্টিত।
  • বিজেপিৰ প্ৰাৰ্থী কুইন ওজা,
  • কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা,
  • তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী মনোজ শৰ্মা,
  • ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী অভিজিত চক্ৰৱৰ্তী,
  • ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ)ৰ প্ৰাৰ্থী ছাদেক আলী,
  • স্বৰ্ণ ভাৰত পাৰ্টিৰ প্ৰাৰ্থী পংকজ দাস,
  • ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থী পাৰ্থ প্ৰতিম বৰুৱা,
  • পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ) ৰ প্ৰাৰ্থী মামণি শৰ্মা,
  • হিন্দুস্থান নিৰ্মাণ দলৰ প্ৰাৰ্থী ৰাজীৱ কাকতী,
  • সমাজৱাদী পাৰ্টিৰ প্ৰাৰ্থী ৰাতুল কুমাৰ চৌধুৰী,
  • নেশ্যনেল ৰিপাব্লিকেন কংগ্ৰেছৰ প্ৰাৰ্থী ৰুবি নেওগ,
  • আৰু নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে- আলিমুদ্দিন আহমেদ, উপমন্যু হাজৰিকা, উৎপল বৰগোঁহাই, জোণমণি দেৱী খাউণ্ড, ফাৰুক আহমেদ ভূঞা, শংখ সিনহা।