New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5KFQdsUEAYAgDX.jpg)
- কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অভিনেতা গোবিন্দা।
- ৰাজস্থানৰ আজমেৰত নিৰ্বাচনী প্ৰচাৰ চলালে গোবিন্দাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5KFT5zUcAA-mSu.jpg)
- আজমেৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰিজ্জু জুনজুনৱালাৰ হৈ অভিনেতাগৰাকীয়ে নামিছে প্ৰচাৰ অভিযানত।
- উল্লেখ্য যে, ২০০৪ চনৰ পৰা ২০০৯ চনলৈ লোকসভাৰ সাংসদ আছিল অভিনেতা গোবিন্দাও।
- কংগ্ৰেছ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল তেওঁ।