New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- গহপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰ ১১৭নং ভোটকেন্দ্ৰৰ গহপুৰ মজলীয়া বিদ্যালয়ত ভোটদান স্থগিত।
- প্ৰিজাইডিং, প'লিং বিষয়াই বহা স্থানৰ পৰা ভোটদানৰ দৃশ্য চাই থাকিব পৰাকৈ আসন গ্ৰহণ কৰাৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ।
- ভোটাৰ সকলৰ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নিৰ্বাচনী বিষয়াক অৱগত কৰাত প্ৰিজাইডিং, প'লিং বিষয়াক নিলম্বন কৰি নতুন বিষয়া নিয়োগ।
- মহকুমাধিপতিক দাখিল কৰা অভিযোগৰ ভিত্তিত কেন্দ্ৰটোত উপস্থিত হৈ মহকুমাধিপতিয়ে নিলম্বন কৰে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলক।
- খন্তেক পাছতে কেন্দ্ৰটোত আৰম্ভ হ'ব পুনৰ ভোটদান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us