পূৱ দিল্লীত জয়ৰ দিশে গৌতম গম্ভীৰ…

পূৱ দিল্লীত জয়ৰ দিশে গৌতম গম্ভীৰ…

author-image
asomiyapratidin
New Update
এতিয়ালৈকে কোন কোন নিৰ্বাচনী ৰণত পৰিল

  • পুৱ দিল্লী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী গৌতম গম্ভীৰ জয়ৰ দিশে।
  • গম্ভীৰে লাভ কৰিছে ১,১৪২১০টা ভোট।
  • আনহাতে কংগ্ৰেছ প্ৰাৰ্থী অৰবিন্দৰ সিং লাভলীয়ে লাভ কৰিছে ৫৫৩৯২টা ভোট।
  • আপৰ প্ৰাৰ্থী আতীশীয়ে লাভ কৰিছে ৪০৫৫৭টা ভোট।