মোৰ হাতত যদি দুখন ভোটাৰ আইডি কাৰ্ড আছে, তেন্তে সেয়া নিৰ্বাচন আয়োগে সিদ্ধান্ত ল’বঃ গৌতম গম্ভীৰ

মোৰ হাতত যদি দুখন ভোটাৰ আইডি কাৰ্ড আছে, তেন্তে সেয়া নিৰ্বাচন আয়োগে সিদ্ধান্ত ল’বঃ গৌতম গম্ভীৰ

author-image
asomiyapratidin
New Update
মোৰ হাতত যদি দুখন ভোটাৰ আইডি কাৰ্ড আছে, তেন্তে সেয়া নিৰ্বাচন আয়োগে সিদ্ধান্ত ল’বঃ গৌতম গম্ভীৰ

  • 'মোৰ হাতত যদি দুখন ভোটাৰ আইডি কাৰ্ড আছে, তেন্তে সেয়া নিৰ্বাচন আয়োগে সিদ্ধান্ত ল'ব।'
  • এই মন্তব্য বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ।
  • আম আদমী পাৰ্টীৰ প্ৰাৰ্থী আতিশীয়ে কৰা অভিযোগৰ পিছত এই মন্তব্য গৌতম গম্ভীৰৰ।
  • 'যদি আপোনাৰ ওচৰত লক্ষ্য নাথাকে, তেতিয়া এনে অভিযোগ কৰিব পাৰে।'
  • 'যদি এক সকাৰাত্মক লক্ষ্য থাকে, তেনে এনে ঋণাত্মক ৰাজনীতি নকৰে।'