পিতৃ-মাতৃ সৈতে ভোটদান কৰিল সাংসদ গৌৰৱ গগৈয়ে…

পিতৃ-মাতৃ সৈতে ভোটদান কৰিল সাংসদ গৌৰৱ গগৈয়ে…

author-image
asomiyapratidin
New Update
পিতৃ-মাতৃ সৈতে ভোটদান কৰিল সাংসদ গৌৰৱ গগৈয়ে…

  • কলিয়াবৰত ভোটদান কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
  • পত্নীৰ ডলীৰ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে গগৈয়ে।
  • পিতৃ-মাতৃ সৈতে ভোটদান কৰিল সাংসদ গৌৰৱ গগৈয়েও।
  • কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত কৰিছে অগপ-বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱ মহন্ত।